Skip to main content

Posts

Featured

বিকল্প গণমাধ্যম আৰু অসম

বিগত লোকসভা নির্বাচনৰ বহুচর্চিত ‘পৰিৱর্তন’ৰ ক্ষেত্ৰত চ’চিয়েল মেডিয়াই গ্ৰহণ কৰা যুগান্তকাৰী ভূমিকা সম্পর্কে আমি অৱগত৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নির্বাচনতো শক্তিশালী হিলাৰী ক্লিটনক পৰাজিত কৰি বিতর্কিত ডণাল্ড ট্ৰাম্পৰ বিজয়ৰ ক্ষেত্ৰত চ’চিয়েল মেডিয়াই লোৱা ভূমিকা সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিলে৷ ইয়াক বহুসংখ্যক ৰাজনৈতিক সমালোচকে social media election বুলিয়েই অভিহিত কৰিছে‍৷ আমেৰিকাৰ বিশ্বখ্যাত মূলধাৰাৰ অধিকাংশ গণমাধ্যমৰেই সমীক্ষাক ভুল প্ৰতিপন্ন কৰি হোৱা এই বিজয়ক বহুতে আকৌ Mainstream Media ৰ বিৰুদ্ধে New Mediaৰ বিজয় বুলিও ক’ব খুজিছে৷ যি নহওক, আধুনিক বিশ্বত যে নব্য গণমাধ্যমৰ ভূমিকা ক্ৰমাৎ বৃদ্ধি পাইছে সেয়া এই দিশবোৰৰ পৰা স্পষ্ট হৈছে৷ The Church and New Media গ্ৰন্থত ভগ্ট ব্ৰেণ্ডনে নব্য গণমাধ্যমৰ সংজ্ঞা আগবঢ়াই কৈছে – `New media most commonly refers to content available on-demand through the Internet, accessible on any digital device, usually containing interactive user feedback and creative participation. Common examples of new media include websites such as online newspapers, blo…

Latest Posts

ব্যৱধান-আমাৰ আৰু আধুনিকতাৰ

শিক্ষিত বনাম জ্ঞানী